-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
🔯বঙাইগাঁও জিলাত নতুনকৈ ৩৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত

🔯বঙাইগাঁও জিলাত নতুনকৈ ৩৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত

📝বঙাইগাঁওঃ ১৩ জুলাইঃ বঙাইগাঁও জিলাত মঙলবাৰে নতুনকৈ ৩৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷ আনহাতে সুস্থ হৈ উঠিছে ৪৩ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ৩৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২২১ জন হৈছে ৷ ইয়াৰ ভিতৰত ১৫৪ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৬৭ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত  মঙলবাৰে মুঠ ৪,৯১৮ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১৩ জুলাই লৈ  মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,২৭২জন হৈছে ৷🔯

0 Response to "🔯বঙাইগাঁও জিলাত নতুনকৈ ৩৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article