-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
ব্যতিক্ৰমঃ ২০৫ নং ডুমুৰীয়া পিকনাপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ

ব্যতিক্ৰমঃ ২০৫ নং ডুমুৰীয়া পিকনাপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ

👉ব্যতিক্ৰমঃ ২০৫ নং ডুমুৰীয়া পিকনাপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ

📝ভাৰতীয় গণতন্ত্ৰ মজবুত কৰাৰ অন্যতম অংশ হিচপে কাইলৈ অসম বিধান সভাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ ইয়াৰ অংশ হিচাপে উত্তৰ শালমাৰা নিৰ্বাচনী জিলাৰ ২০৫ নং ডুমুৰীয়া পিকনাপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰণ কেন্দ্ৰক সজাই তোলা হৈছে সৰ্বাংগ সুন্দৰ ৰূপত ৷ আটক ধুনীয়াকৈ ৰঙেৰে ভোট গ্ৰহণ কেন্দ্ৰ ৰঙীণ কৰি তোলাৰ লগতে, অনাময় ব্যৱস্থা, খোৱা পানী, ইণ্টাৰনেট সংযোগ সকলোবোৰ সুবিধা উপলব্ধ কৰোৱা হৈছে কেন্দ্ৰটোত ৷ ভোটাকৰ পুৰুষ -মহিলাৰ বাবে আচুতীয়াকৈ নিৰ্দিষ্ট দূৰত্বত চিহ্ন দি ভোটদানৰ সুবিধা কৰা হৈছে ৷

0 Response to "ব্যতিক্ৰমঃ ২০৫ নং ডুমুৰীয়া পিকনাপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article