-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাত নতুনকৈ ২৫  জন ব্যক্তি ক'ভিডত আক্ৰান্ত

বঙাইগাঁও জিলাত নতুনকৈ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত

🔯দেওবাৰে ক'ভিড প'জিটিভিটিৰ হাৰ ০.২ শতাংশ

📝বঙাইগাঁওঃ ১ আগষ্টঃ  বঙাইগাঁও জিলাত  দেওবাৰৰ দিনটোত পুনৰ নতুনকৈ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷ আনহাতে সুস্থ হৈ উঠিছে ২৬ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ পুনৰ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ১৫৩ জন সক্ৰিয় ৰোগী আছে ৷  ইয়াৰ ভিতৰত ১০৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৪ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে জিলাখনত দেওবাৰে মুঠ ৬,৪০৯ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১ আগষ্টলৈকে  মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৭৫৬  জন হৈছে ৷ ইপিনে  জিলাখনত দেওবাৰৰ দিনটোত ক'ভিড প'জিটিভিটিৰ হাৰ আছিল ০.২ শতাংশ ৷🔯

0 Response to "বঙাইগাঁও জিলাত নতুনকৈ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article