-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন🔯

বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন🔯

🔯৪১ জনীয়া নতুন সমিতি গঠন🔯

📝বঙাইগাঁওঃ ১ মেঃ  সদৌ অসম কৰ্মচাৰী পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশনখনি দেওবাৰে ( ১ মে’ত) নৰ্থ বঙাইগাঁৱৰ বঙাইগাঁও এম ই স্কুল প্ৰাংগণত অনুষ্ঠিত হৈ যায় ৷ অধিৱেশন উপলক্ষে পুৱা জিলা সমিতিৰ সভাপতি সত্য নাৰায়ণ ৰায়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে ৷ ইয়াৰ পিচতে শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰে বঙাইগাঁও এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা ছৈয়দ নূৰ মহম্মদে ৷

0 Response to "বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন🔯"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article