চিৰাং জিলাৰ ভাংনামাৰী হাইস্কুলত হুৱাদুৱা।
Tuesday, March 5, 2019
Comment
বঙাইগাঁওঃ ২৬ ফেব্ৰুৱাৰী//১৯
# চিৰাং জিলাৰ ভাংনামাৰী হাইস্কুলত হুৱাদুৱা।
# হঠাতে অসুস্থ প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰী।
# বিদ্যালয়ত চিকিৎসক- নাৰ্ছ উপস্থিত হৈ চিকিৎসা প্ৰদান।
# ছাত্ৰ ছাত্ৰীৰ অসুস্থতাৰ কাৰণ জানিব পৰা নাই।
# ছাত্ৰ- ছাত্ৰীসকলৰ হঠাৎ শৰীৰত কঁপনি উঠাৰ লগতে মূৰ ঘূৰাই অসুস্থ হয়।
# ঘটনাস্থলীত পাণবাৰী আৰক্ষী উপস্থিত
# কেইবাজনো ছাত্ৰ - ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে মানিকপুৰ লৈ প্ৰেৰণ কৰে ৷

0 Response to "চিৰাং জিলাৰ ভাংনামাৰী হাইস্কুলত হুৱাদুৱা।"
Post a Comment