বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত কি কলে ভদ্ৰেশ্বৰ বৰ্মনে
Tuesday, April 23, 2019
Comment
বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত কি
কলে ভদ্ৰেশ্বৰ বৰ্মনে
১৮ এপ্ৰিল//১৯
বৰপেটা লোক সভা সমষ্টিৰ এ আৰ চি দলৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনৰ অভিযোগঃ
👉কেব সংবিধান বিৰোধী
👉কেবৰ জৰিয়তে নৰেন্দ্ৰ মোডীয়ে বাংলাদেশৰ আঢ়ৈ কোটি হিন্দু লোকক পণবন্দী কৰিলে
👉 নৰেন্দ্ৰ মোডীয়ে হিন্দুক ভাল নাপায় ৷
👉 কংগ্ৰেছে ৭০ বছৰে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰিলে৷ সেয়ে কংগ্ৰেছক ভোট নিদিয়ে ৷
👉 কংগ্ৰেছ বিজেপিতকৈও বেছি সাম্প্ৰদায়িক ৷
👉অগপ বা মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দয়া মানে বাংলাদেশীক ঘৰত অনা ৷ সেয়ে এন আৰ চি দলৰ বাহিৰে গত্যন্তৰ নাই ৷
0 Response to "বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত কি কলে ভদ্ৰেশ্বৰ বৰ্মনে "
Post a Comment