-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল

বঙাইগাঁৱত কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল


বঙাইগাঁৱত কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল




                        বঙাইগাঁওঃ ২৩ এপ্ৰিলঃ
বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিটো আজি পুৱাৰে পৰা ভোটগ্ৰহণ পৰ্ব আৰম্ভ হয় ৷ কিন্তু বঙাইগাঁৱৰ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিন বিকল হৈ পৰে ৷ বিধান সভা সমষ্টিটোৰ অন্তৰ্গত বিদ্যাপুৰৰ ১১৭ নং বনলতা এল পি স্কুল কেন্দ্ৰ, বঙাইগাঁৱৰ ২০০ নং আৰু ২০১ নং ৰেলৱে এইচ এচ স্কুল কেন্দ্ৰ তথা ২২২ নং দেউৰীপাৰা এল পি স্কুল কেন্দ্ৰটোৰ ই ভি এম মেচিন বিকল হয় ৷ ফলত কেন্দ্ৰ চাৰিটাত পলম কৈ ভোটগ্ৰহণ আৰম্ভ হয় ৷

0 Response to "বঙাইগাঁৱত কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article