Thursday, May 21, 2020
Comment
দেশ তথা সমগ্ৰ️ বিশ্বজুৰি কোৰোনা ভাইৰাছৰ সংক্ৰমণে এক আতংকময় পৰিৱেশ সৃষ্টি কৰি থকা সময়তে কেন্দ্ৰৰ বিজেপি চৰকাৰে শেহতীয়াভাৱে অসমৰ ৮খন তৈলক্ষেত্ৰক ব্যক্তিগত কোম্পানীক গতাই দিয়া আৰু দিহিং পাটকাইত কয়লাৰ খনন সন্দৰ্ভত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
0 Response to " "
Post a Comment