-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉চিৰাঙত হস্তনিৰ্মিত বন্দুক সহ আটক চোৰাং চিকাৰী 


          বঙাইগাঁওঃ ২৩ জুলাইঃ

🔯চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৱৰ্তী মানাস ৰাষ্ট্ৰীয় উদ্যানত আজি এছ এছ বিৰ দ্বাৰা চলোৱা অভিযানত এজন চোৰাং চিকাৰী আটক হয় ৷ এছ এছ বিৰ ১৫ নম্বৰ বেটেলিয়নৰ ই কোম্পানীয়ে চলোৱা এই অভিযানত আটক কৰা চোৰাং চিকাৰীটো বিলিপং বসুমতাৰী( ২২ ) ৷ অভিযানকাৰী দলটোৱে চিকাৰীটোৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, পাঁচটা গুলী আৰু ৫০ গ্ৰাম বাৰুদো উদ্ধাৰ কৰে । চিকাৰীটো বল্লামগুৰী উপ আৰক্ষী চকীৰ অধীনৰ দংশিয়াপাৰাৰ ৮ নং গৌজামপুৰীৰ বুলি জানিব পৰা গৈছে ৷ চিকাৰীটোক সম্প্ৰতি আৰক্ষীক চমজাই দিয়া হৈছে ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article