-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
সন্মিলিত অ বি বি শিক্ষক সন্থাৰ সভা🔯

সন্মিলিত অ বি বি শিক্ষক সন্থাৰ সভা🔯

🔯অ বি বি শিক্ষক সকলক পুৰণি পেঞ্চন নীতিৰ আওতালৈ অনাৰ দাবী উত্থাপন🔯

📝বঙাইগাঁওঃ ২৭ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱ পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত দেওবাৰে সন্মিলিত অ বি বি শিক্ষক সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ বঙাইগাঁও অ বি বি শিক্ষক সন্থাৰ উদ্যোগত অনুষ্ঠিত  সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পবিত্ৰ বৰা উপস্থিত থাকি কয় যে বিগত ২০০১ চনতে অ বি বি শিক্ষক সকলৰ চাকৰি চৰকাৰে নিয়মীয়াকৰণ কৰে যদিও তেওঁলোকৰ পেঞ্চন নতুন নিৰিখ মতেহে কাৰ্যকৰী কৰে ৷ অ বি বি শিক্ষক সন্থাই ৰাজ্য চৰকাৰক পুৰণি পেঞ্চন নীতিৰ আওতা মৰ্মে প্ৰদান কৰিবলৈ আহবান জনায় ৷ লগতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ লগত কেইবালানি আলোচনা অনুষ্ঠিত কৰাৰ কথাও কয়৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পবিত্ৰ বৰাই অ বি বি শিক্ষক সকলে জনাই অহা দাবী সমুহ শীৰ্ঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷🔯

0 Response to "সন্মিলিত অ বি বি শিক্ষক সন্থাৰ সভা🔯 "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article