-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও বিধান সভা সমষ্টিত  অগপ - কংগ্ৰেছত খহনীয়া🔯

বঙাইগাঁও বিধান সভা সমষ্টিত অগপ - কংগ্ৰেছত খহনীয়া🔯

🔯অৰ্ধ শতাধিক নেতা- কৰ্মীৰ  বিজেপিত যোগদান🔯

📝বঙাইগাঁওঃ ৭ জুলাইঃ বঙাইগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ বিদ্যাপুৰ মণ্ডলৰ অন্তৰ্গত কেবাখনো গাঁও পঞ্চায়তৰ অৰ্ধশতাধিক অগপ  আৰু কংগ্ৰেছৰ নেতা- কৰ্মীয়ে বৃহস্পতিবাৰে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে । এই উপলক্ষে দিনৰ ১১ বজাত বঙাইগাঁও জিলা  বিজেপি কাৰ্যালয়ত  জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ উপস্থিতিত আৰু বিদ্যাপুৰ মণ্ডলৰ সভাপতি লংকেশ্বৰ বৰ্মনৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । এই সভাতে বিদ্যাপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ছফিউৰ ৰহমান সৰকাৰ , বিদ্যাপুৰ পঞ্চায়তৰ নিৰ্বাচিত সদস্যা মাবিয়া বিবি ৰ উপৰিও ভালে সংখ্যক নেতা কৰ্মীয়ে  বিজেপিত যোগদান কৰে । 

0 Response to "বঙাইগাঁও বিধান সভা সমষ্টিত অগপ - কংগ্ৰেছত খহনীয়া🔯"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article