-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত ৩০ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিষ্ণু যজ্ঞৰ আয়োজন

বঙাইগাঁৱত ৩০ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিষ্ণু যজ্ঞৰ আয়োজন



বঙাইগাঁৱত ৩০ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিষ্ণু যজ্ঞৰ আয়োজন 
বঙাইগাঁওঃ ২৫ ফেব্ৰুৱাৰীঃ

 সমগ্ৰ বিশ্বত শান্তি স্থাপন হওক -- এই উদ্দেশ্য আগত ৰাখি সদৌ অসম ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক শাখাই অনুষ্ঠিত কৰিবলৈ ওলাইছে  মহাবিষ্ণু যজ্ঞ ৷ এই উদ্দেশ্যে আজি বঙাইগাঁও বাৰোৱাৰী ৰাস মন্দিৰত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত মহাবিষ্ণু যজ্ঞখন পৰিচালনা কৰিবলৈ বিনোদ ভাগৱতীক সভাপতি আৰু সুব্ৰত চক্ৰৱৰ্তীক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হয় ৷ আগন্তুক  ৩০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাওঁ গান্ধী ময়দানত অনুষ্ঠিত হ'বলগীয়া এই মহাবিষ্ণু যজ্ঞত সমুহ ৰাইজৰ যোগদান তথা সহায় সহযোগীতা কামনা কৰিছে পৰিচালনা সমিতিয়ে ৷

0 Response to "বঙাইগাঁৱত ৩০ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিষ্ণু যজ্ঞৰ আয়োজন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article