-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
ভাৰতীয় বায়ুসেনাৰ আক্ৰমণক প্ৰশংসা যোগগুৰু ৰামদেৱৰ

ভাৰতীয় বায়ুসেনাৰ আক্ৰমণক প্ৰশংসা যোগগুৰু ৰামদেৱৰ


ভাৰতীয় বায়ুসেনাৰ আক্ৰমণক প্ৰশংসা যোগগুৰু ৰামদেৱৰ
 
বঙাইগাঁওঃ ২৬ ফেব্ৰুৱাৰীঃ

 চিৰাঙৰ খাগ্ৰাবাৰীৰ পতঞ্জলি যোগপীঠত যোগগুৰু স্বামী ৰামদেৱ ৷ ৰামদেৱে পাকিস্তানী মদতপুষ্ট সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত ভাৰতীয় ৪০ জন বীৰ জোৱান ছহিদ হোৱাৰ প্ৰতিশোধ হিচাপে পাকিস্তানত প্ৰৱেশ কৰি ভাৰতীয় বীৰ জোৱানসকলে দুশ পাকিস্তানী উগ্ৰপন্থীক নৰকলৈ পঠিয়াবলৈ সক্ষম হোৱাত গৌৰৱ অনুভৱ কৰে । 


0 Response to "ভাৰতীয় বায়ুসেনাৰ আক্ৰমণক প্ৰশংসা যোগগুৰু ৰামদেৱৰ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article