চিৰাঙত যোগগুৰু স্বামী ৰামদেৱ
Saturday, March 2, 2019
Comment
চিৰাঙত যোগগুৰু স্বামী ৰামদেৱ
বঙাইগাঁওঃ ২৬ ফেব্ৰুৱাৰীঃ
চিৰাং জিলাৰ ৰৌমাৰী খাগ্ৰাবাৰীস্থিত পতঞ্জলি আশ্ৰমত যোগগুৰু স্বামী ৰামদেৱ ৷ যোগগুৰু ৰামদেৱে পতঞ্জলি আচাৰ্যকুলমৰ তৃতীয় বাৰ্ষিক মহোৎসৱত উপস্থিত থকাৰ লগতে নৱ নিৰ্মিত গোশালাৰ উদ্বোধন কৰে ৷ লগতে স্থানীয় দুখীয়া লোকৰৰ মাজত আঠ শ গাই গৰুও বিতৰণ কৰে ৷ যোগগুৰুগৰাকীৰ লগত পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক আচাৰ্য বালকৃষ্ণ আদিও উপস্থিত থাকে ৷
0 Response to "চিৰাঙত যোগগুৰু স্বামী ৰামদেৱ "
Post a Comment