-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
চিৰাঙৰ ৰুণীখাটাত ফ্লাইং স্কোয়াডৰ অভিযানত জব্দ ১৩ লাখ টকা

চিৰাঙৰ ৰুণীখাটাত ফ্লাইং স্কোয়াডৰ অভিযানত জব্দ ১৩ লাখ টকা





চিৰাঙৰ ৰুণীখাটাত ফ্লাইং স্কোয়াডৰ অভিযানত জব্দ ১৩ লাখ টকা 


                          বঙাইগাঁওঃ ১৯ এপ্ৰিলঃ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাত্ৰ তিনি দিন বাকী থকা অৱস্থাত আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটাত এছ এছ বি , ফ্লাইং স্কোয়াড আৰু আৰক্ষীৰ যৌথ তালাচী অভিযানত মুঠ ১৩ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে ভূটানৰ গেলেফুৰ পৰা ৰুণীখাটা হৈ শামঠাইবাৰী অভিমুখে গৈ থকা এ এছ - ১৯চি - ১২৩৪ নম্বৰৰ মাৰুতি ভেন গাড়ীখনত চিদলী বিধানসভা সমষ্টিৰ আশ্ৰাবাৰীত তালাচী চলাই মুঠ ১৩ লাখ টকা জব্দ কৰে । 
জিলা প্ৰশাসনৰ সূত্ৰই সদৰী কৰা মতে , গাড়ীখনৰ আৰোহী পশ্চিমবংগৰ মালদাৰ উৎপল দেশীয়ে টকাখিনি কঢ়িয়াই নিছিল । অবশ্যে টকাখিনি নিৰ্বাচনী কামত নে আন কিবা কামত ব্যবহাৰৰ বাবে আনিছিল সেয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।

0 Response to "চিৰাঙৰ ৰুণীখাটাত ফ্লাইং স্কোয়াডৰ অভিযানত জব্দ ১৩ লাখ টকা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article