বঙাইগাঁৱত ৮৬ শতাংশ ভোটদান
Saturday, April 27, 2019
Comment
বঙাইগাঁৱত ৮৬ শতাংশ ভোটদান
বঙাইগাঁওঃ ২৪ এপ্ৰিলঃ
মঙলবাৰে অনুষ্ঠিত হৈ যোৱা লোক সভা নিৰ্বাচনৰ ভোটদানৰ হাৰ বঙাইগাঁও বিধান সভা সমষ্টিত বৃদ্ধি হৈছে ৷ উল্লেখ্য যে কালি প্ৰথম অৱস্থাত ৭৯ শতাংশ আছিল যদিও নিশা সমষ্টিটোৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা নিৰ্বাচনী বিষয়া - কৰ্মচাৰীসকল আহি উপস্থিত হোৱাৰ পিচত সকলো নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হোৱাত সমষ্টিটোট ভোটদানৰ হাৰ ৮৬ শতাংশ হয় ৷
0 Response to "বঙাইগাঁৱত ৮৬ শতাংশ ভোটদান "
Post a Comment