-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যা কৰিলে ছাত্ৰীয়ে


                             বঙাইগাওঁঃ ৬ জুনঃ

🔯মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ  হোৱাৰ বাবেই আজি এগৰাকী ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰাৰ এক দুখজনক ঘটনা সংঘটিত হ'ল ৷ এই ঘটনা সংঘটিত হ'ল বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত তুলুঙীয়াৰ আমতোলাত ৷ জানিব পৰা মতে ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই নিজ ঘৰৰ বাথৰুমত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰীয়ে৷ আত্মহত্যাৰ পথ বাচি লোৱা মৃত ছাত্ৰীগৰাকী জুৰি ৰায় ( ১৭) বুলি জানিব পৰা গৈছে৷ পিছত ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাওঁ অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰে ৷ মৃত ছাত্ৰী গৰাকী অভয়াপুৰীৰ এখন ব্যক্তিগ শিক্ষানুষ্ঠানৰ ছাত্ৰী আছিল৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article