Saturday, July 18, 2020
Comment
👉ভাৰতীয় ৰে'লৰ বেচৰকাৰীকৰণ
👉বঙাইগাঁৱত চিটুৰ প্ৰতিবাদ
বঙাইগাঁওঃ ১৭ জুলাইঃ🔯ভাৰতীয় ৰে'লৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে আজি চিটুৰ আহ্বানত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয় ৷ চিটুৰ বঙাইগাঁও-চিৰাং জিলা কমিটিৰ উদ্যোগত নিউ বঙাইগাঁও জংচনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সকলে বিভিন্ন শ্লোগান দি কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷ জিলা সমিতিয়ে কয় যে দেশৰ বৃহৎ উদ্যোগ তথা আৰ্থিক ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা সাধাৰণ জনগণৰ যাতায়তৰ বাবে অতি উত্তম পৰিবহণ ব্যৱস্থাটোৱে হৈছে ভাৰতীয় ৰে'ল। যাৰ সম্পৰ্কত অনেক বিশ্লেষণ কৰিব পাৰি।

0 Response to " "
Post a Comment