-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
👉বঙাইগাঁৱৰ চাপৰাকাটাত পথ দুৰ্ঘটনা

👉গুৰুতৰভাৱে আহত দুজন যুৱক 


           বঙাইগাঁওঃ ১৬ জুলাইঃ 

🔯বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাত আজি পুৱাৰ ভাগত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ আহত যুৱক দুজন খাৰিজা দোলাইগাঁৱৰ ডেচোজা নাৰ্জাৰী(২৩) আৰু লেচুতোলাৰ দেৱৰাজ সাহা(২৩) ৷ আৰক্ষীৰ পৰা জানিব পৰা মতে যুৱকদ্বয়ে এ এছ ১৯ কে ৩৩০৩ নম্বৰৰ এনফিল্ড মটৰচাইকেলেৰে কিষাণ বজাৰৰ পৰা ৰাখালডুবিলৈ গৈ থকা অৱস্থাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ৷ পিচত গুৰুতৰভাৱে আহত যুৱকদ্বয়ক বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দেৱৰাজ সাহাৰ্য অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে ৷🔯  

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article