Thursday, July 2, 2020
Comment
👉চিৰাঙৰ বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বঙাইগাঁওঃ১জুলাইঃ
🔯চিৰাং জিলাৰ বিজনী চহৰত আৰক্ষীৰ অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰী আটক হয় । আজি বিয়লি প্ৰায় চাৰি মান বজাত বিজনী চহৰৰ ৩ নং ৱাৰ্ডৰ শীতলা মন্দিৰৰ সমীপত চলোৱা অভিযানত আৰক্ষীয়ে ছহিদ আলী (২৯) নামৰ সৰবৰাহকাৰীজনক আটক কৰে।
বিজনীৰ পুৰাণ বিজনী নিবাসী ছহিদ আলী নামৰ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে এটা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আপত্তিজনক সামগ্ৰী জব্দ কৰে ।পিছত ড্ৰাগছ সৰবৰাহকাৰী জনক আৰক্ষীয়ে আটক কৰি বিজনী থানালৈ লৈ যায় ৷🔯
বিজনীৰ পুৰাণ বিজনী নিবাসী ছহিদ আলী নামৰ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে এটা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আপত্তিজনক সামগ্ৰী জব্দ কৰে ।পিছত ড্ৰাগছ সৰবৰাহকাৰী জনক আৰক্ষীয়ে আটক কৰি বিজনী থানালৈ লৈ যায় ৷🔯

0 Response to " "
Post a Comment