-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
 
👉বঙাইগাঁও জিলাৰ পুনৰ ২০ জনৰ দেহত ধৰা পৰিল কোভিড- ১৯ পজিটিভ

👉আক্ৰান্তৰ সংখ্যা ২৯৪ জনলৈ বৃদ্ধি 


            বঙাইগাঁওঃ২১ জুলাইঃ 

🔯বঙাইগাঁও জিলাত এতিয়া কৰ'না ভাইৰাছে   ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্য ৷ কেৱল আজিৰ দিনটোতে জিলাখনৰ ২০ জনকৈ ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ আনহাতে সোমবাৰে জিলাখনৰ ২৭ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছিল কোভিড- ১৯ পজিটিভ ৷ ফলত বৰ্তমানলৈকে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ২৯৪ জনলৈ বৃদ্ধি পাইছে  ৷ আক্ৰান্তসকলৰ ভিতৰত ১৮৯ জন ৰোগী সুস্থ হোৱাৰ বিপৰীতে ৯৬ জন চিকিৎসাধীন হৈ আছে ৷ আনহাতে ৯ জন জিলাখনৰ বাহিৰৰ ব্যক্তি ৷ অৱশ্যে জিলা প্ৰশাসনে শেহতীয়াকৈ কোভিড- ১৯ ত আক্ৰান্ত হোৱাসকল কোন কোন অঞ্চলৰ, কোৱাৰেণ্টাইনত থকা নে নথকা আদি কোনো তথ্য ৰাজহুৱা কৰা নাই ৷ ইপিনে জানিব পৰা মতে বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোম স্বাগত হাস্পতালৰ চিকিৎসক ,নাৰ্চ তথা কৰ্মীও শেহতীয়াভাৱে কোভিড- ১৯ ত আক্ৰান্ত হৈছে ৷ কৰ'নাই এতিয়া এফালৰ পৰা সামৰি লৈছে সৰ্বস্তৰৰ লোকক ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article