-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত ১২ লাখ ৮৬ হাজাৰ ২ শ টকা জব্দ

বঙাইগাঁৱত ১২ লাখ ৮৬ হাজাৰ ২ শ টকা জব্দ

👉বঙাইগাঁৱত ১২ লাখ ৮৬ হাজাৰ ২ শ টকা জব্দ 


📝বিধান সভা নিৰ্বাচনৰ  আচৰণবিধি প্ৰযোজ্য হোৱাৰ পিচৰে পৰা বঙাইগাঁৱত সক্ৰিয় হৈ উঠিছে আৰক্ষী আৰু ফ্লায়িং স্কোৱাৰ্ডৰ দল ৷ ঠায়ে ঠায়ে আৰক্ষীয়ে চলাইছে  সন্দেহজনক বাহনত তালাচী ৷ ইয়াৰ মাজতে আজি বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও টুনীয়াপাৰত আৰক্ষীয়ে এখন চাৰি চকীয়া বাহনত চলোৱা তালচীৰ সময়ত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে ৷ আৰক্ষীয়ে বাহনখনত তালাচী চলাই মুঠ ১২ লাখ ৮৬ হাজাৰ ২ শ নগদ টকা জব্দ কৰে ৷ 

0 Response to "বঙাইগাঁৱত ১২ লাখ ৮৬ হাজাৰ ২ শ টকা জব্দ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article