-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
 ■বঙাইগাঁও জিলাত নতুনকৈ পুনৰ ৩৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত

■বঙাইগাঁও জিলাত নতুনকৈ পুনৰ ৩৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত


●বঙাইগাঁওঃ ৭ জুলাইঃ বঙাইগাঁও জিলাত ক'ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷ জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ পুনৰ ৩৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ১২ জনকৈ ৰোগী ৷ জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ ৩৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৯ জনলৈ বৃদ্ধি পাইছে  ৷ ইয়াৰ ভিতৰত ১১৩ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৬ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত  বুধবাৰে মুঠ ৩,৯৬৩ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ৭ জুলাই লৈ  মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,০৭৪ জন হৈছে ৷ ■

0 Response to " ■বঙাইগাঁও জিলাত নতুনকৈ পুনৰ ৩৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article