-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
🔯বঙাইগাঁও জিলাত নতুনকৈ ১৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত

🔯বঙাইগাঁও জিলাত নতুনকৈ ১৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত

📝বঙাইগাঁওঃ ১৯ জুলাইঃ বঙাইগাঁও জিলাত সোমবাৰৰ দিনটোত হ্ৰাস পাইছে ক'ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৷ জিলাখনত সোমবাৰে নতুনকৈ ১৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত  হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩৬ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ১৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত মুঠ ১৭৯ জন সক্ৰিয় ৰোগী আছে ৷ ইয়াৰ ভিতৰত ১২৭ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫২ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে সোমবাৰে জিলাখনত  মুঠ ৪,৮৫৩ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১৯ জুলাই লৈ  মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৪৪৩ জন হৈছে ৷🔯

0 Response to "🔯বঙাইগাঁও জিলাত নতুনকৈ ১৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article