-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
কোচ ৰাজবংশী লোক নৃত্যৰে মুখৰিত বঙাইগাঁৱৰ নৰনাৰায়ণ খেলপথাৰৰ বাকৰি🔯

কোচ ৰাজবংশী লোক নৃত্যৰে মুখৰিত বঙাইগাঁৱৰ নৰনাৰায়ণ খেলপথাৰৰ বাকৰি🔯

📝বঙাইগাঁওঃ ১৯ এপ্ৰিলঃ বঙাইগাঁৱৰ দেউৰীপাৰা বিষুৱা আৰু ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পুৰণি বঙাইগাঁও নৰনাৰায়ণ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে বিষুৱা আৰু ৰঙালী বিহু উদযাপন কৰিছে ৷ বঙাইগাঁৱৰ দেউৰীপাৰা বিষুৱা আৰু বিহু সমিতিয়ে অসমীয়াৰ চেনেহৰ ৰঙালী বিহু আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষুৱাক যৌথ ভাবে পালন কৰি আহিছে ৷ উল্লেখ্য ৩১ চ'তৰ দিনা বিহু আৰু বিষুৱাৰ পৰম্পৰা পালন কৰাৰ পিছত মঙলবাৰ ৫ বহাগ আৰু ৬ ব'হাগত বিভিন্ন কাৰ্যসূচীৰে বিষুৱা আৰু ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে সন্মিলনীয়ে ৷ ইয়াৰে অংশ হিচাপে মঙলবাৰে নৰনাৰায়ণ খেলপথাৰৰ বাকৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন নৃত্যৰে মুখৰিত হয় ৷

0 Response to "কোচ ৰাজবংশী লোক নৃত্যৰে মুখৰিত বঙাইগাঁৱৰ নৰনাৰায়ণ খেলপথাৰৰ বাকৰি🔯 "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article