-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নতুন সমিতি গঠন🔯

বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নতুন সমিতি গঠন🔯

📝News4Bongaigaon: ১৫ জুলাইঃ বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ  দ্বি-বাৰ্ষিক সাধাৰণ সভাখন শনিবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ আবেলি ৪ বজাত সন্থাৰ জিলা সমিতিৰ সভাপতি নন্দলাল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিগত কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদন দাখিল আৰু আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ সভাত বৰ্তমানৰ সমিতিৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত   পুৰণি সমিতি ভংগ কৰি অকন চন্দ্ৰ ৰাভাক সভাপতি আৰু প্ৰাঞ্জল দাসক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰা হয় ৷🔯

0 Response to "বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নতুন সমিতি গঠন🔯"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article